কাৰ পৰশ (Kar Porokh) Lyrics

কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা-মিঠা এশাৰী মাত জীয়াই থাকিবলে লাগে আমাক কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা-মিঠা এশাৰী মাত জীয়াই থাকিবলে লাগে আমাক হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাঁহ কামিহাঁড় ভাঙি যোৱা বতাহ লাগে জানো আমাক জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি । ঠুনুকা এই […]

মোৰ মন দুচকুত (Mur Mon | Roi Roi Binale) Lyrics

মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মোৰ বুকুত লিখে একেই আখৰে মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে মোৰ ডেউকাৰ ক’লা ৰং শুভ্র হ’ব খোজে মোৰ […]

টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে (Tilai Tilai) Lyrics

টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে খাম্‌টি ছোৱালী। ঘন কলীয়া মেঘৰে আঁৰে আঁৰে ৰঙ মনেৰে খেলি ফুৰে নাচনী বিজুলী। টিলাই… বনৰে বনৰীয়া ভেলাকে ধুনীয়া দেখি থমকি থমকি নাচে তাই টিঙতে উজ্বলি। টিলাই… পোৱালৰে ৰঙা মণি তাইৰে গাল দুখনি মত বুকুত লৰি আভা ঢালি কৰে ৰাঙলী লাজতে লাজুকী তাই মিচিকি হাঁহিৰে তাই দুটি নয়নৰ পাহি মেলি খামটি […]

জয়া নাই জয়া নাই (Jaya Nai Jaya Nai) Lyrics

জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই, জয়া নাই জয়া নাই জয়া নাই জয়া নাই…. জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ধল মলয়াই তোলে হিয়াভঙা সুৰ কৰুণ বিননি ৰোল জয়া নাই, জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই? তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি পাৰতে সাজিলে স্মৃতিৰ দেউল […]

উটি যা ৰূপালী নাও (Uti ja Rupali Nao) Lyrics

উটি যা ৰূপালী নাও উটি যা ৰূপালী নাও জুৰ কৈ বা অ’ মোৰ পশ্চিমৰ মলয়া বা দেখি তোৰ শুকুলা পাল হিয়া মোৰ মাৰে নিতাল । শুনি তোৰ মৃদু সুৰ শিয়ৰি উঠে মোৰ গা লুইতৰ বুকুৰে ধল নাচি কৰে তলমল গাই বই কলকল তোলে সুমধুৰ ৰাগ

নিছলা আইৰে (Nisola Aaiyre) Lyrics

নিছলা আইৰে আমি খাঁটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া খোপাত কপৌফুল, হাতত জেতুকাৰ বোল ওঁঠত পৃখৰ বোল, সজোৱা বুলোৱা বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যোৱা নিছলা… … … ধুনীয়া কবিতাৰে মোহ ছন্দ পাহৰি পেলোৱা অ’ পাহৰি পেলোৱা বিৰাষিণী বেশ ধৰি অগনি জ্বলোৱা বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যোৱা নিছলা…….. … ধুনীয়া

গুৰু মোৰ শঙ্কৰ (Guru Mor Sankar) Lyrics

অ’ গুৰু মোৰ শঙ্কৰ তৰিবৰ এ কিনো উপায়। অ’ গুৰু অ’— ভাটিলৈ যাবলৈ শ্ৰীশঙ্কৰ গুৰু অ বালিতে বান্ধিলা পঁজা ছকুৰি ভকতে চাপৰি ধৰিছে আপুনি লগাইছে ঘোষা, হে ৰাম ৰাম আপুনি গাইছে ঘোষা। অ’ গুৰু অ’ নাও শিমলুৱা, বঠা শিমলুৱা অ’ আৰু শিমলুৱা চৈ, হে ৰাম ৰাম আৰু শিমলুৱা চৈ। চৈৰে ভিতৰে গুৰুজন বহিছে ছকুৰি ভকতক […]

আজলী ছোৱালী (Ajoli Suwali) Lyrics

আজলী ছোৱালী নানা ফুল তুলি আনিলোঁ আঁচল ভৰাই । সজাই ফুলেৰে অতি যতনেৰে বৰালোঁ বৰণ শৰাই ৷৷ ৰঙিলী পখিলী ৰঙ্গা পাখি মেলি আদৰি নাচি নাচি যায় । কলী কলি জাকে বিৰিখে বিৰিখে উলাহত সুহুৰিয়ায় ৷ তোমাকে আদৰি আনে ঐ সাদৰি শত ভকতৰে দল। শংখ বাজিছে । বৰকাঁহ ধ্বনিছে উঠিছে উৰুলিৰ ৰোল ৷৷

কিবা যেন নাই আজি নাই (Kiba Jen Nai Aji Nai) Lyrics

কিবা যেন নাই আজি নাই আছে হুমুনিয়াহ হতাশ হিয়াৰ কৰুণ বিননি— “হায় হায়!!” মেলি ধুমুহা তাইৰ ক’লা চুলি টাৰ লুকুৱাই তৰা-জোন কৰে যেন এন্ধাৰ। ক’তেনো বা অকৰুণ সেই কাৰাগাৰ, য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই ? গৰজি ডাৱৰ তুলি বিজুলী নিচান, দিয়ে শাওণৰ বাৰিষাৰ সমিধান, ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ, লগে লগে হয় […]

ধ্বংস কৰ ধ্বংস কৰ ধনীৰ অহঙ্কাৰ (Dhwongkh Kar Dhonir Ohonkar) Lyrics

ধ্বংস কৰ ধ্বংস কৰ ধনীৰ অহঙ্কাৰ ৷ দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ’ল হাল, কোৰ, দা, হাতুৰী লৈ ৰণলৈ যাওঁ ব’ল ৷ তই খুৱাৱ বিশ্ববাসীক মাটি ফালি ধান তই যোগাৱ ধনী শ্রেণীক অস্ত্র শক্তিমান কাৰখানা কল তোৰেই সৃজন পথাৰ সুবহল । নাঙল, কাঁচি, হাতুৰী, দাৰ যাদুকৰী ফল। তোৰ বাহুতে আগবাঢ়ি যাওঁ ।