প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক (Prosondo Dhumuhai) Lyrics

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, ‘তোমাৰ প্ৰাপ্য কি কোৱাঁ ?’ মনৰ দুৱাৰ মেলি নিৰ্ভীক ভাৱে কলে। ‘তোমাৰ শক্তিখিনি দিয়া’। বজ্ৰৰ গৰ্জ্জনে বক্ষ উজাৰি ক’লে, ‘তোমাৰ কাম্য কি কোৱাঁ ?’ মই কলো, ‘বজ্র তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া’ । এদিন আকাশে ক’লে, ‘জনৈক গীতিকাৰে অকণি আকাশ দেখোঁ মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্ব্বাকাশ […]

প্রতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো (Pratidhwani Xunu Moi) Lyrics

প্রতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো । কাণ পাতি শুনো মই বুজিব নোৱাৰে। চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ চকু মুদি ভাবে৷ ম‍ই ধৰিব নোৱাৰে ৷ হ’ব পাৰে কোনো গাভৰুৰ শোকভৰা কথা হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা হ’ব পাৰে কোনো ৰংমনৰ কঠিয়াতলীৰ বেথা চিনা চিনা […]

হে দোলা, হে দোলা (He Dola He Dola) lyrics

দোলা, হে দোলা, হে দোলা, হে দোলা একা বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ বৰ বৰ মানুহৰ দোলা । হে দোলা আপোন কৰিলে৷ বনুৱাৰ জীৱনক দেহা ভাগৰাই তোলা, হে তোলা ৷৷ হেইয়া না, হেইয়া না, হেইয়া না, হেইয়া দোলাৰ ভিতৰত তিৰ বিৰ কৰিছে চহকী পাটৰে পাগ ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে শুকুলা চোঁৱৰৰ আগ মোৰহে ল’ৰাটিক এইবাৰ […]

অগ্নিযুগৰ ফিৰিঙতি মই (Ogni Jugor Firingoti Moi) Lyrics

অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম । সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম   নৰকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম । সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম । ধৰ্ম্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহঙ্কাৰ লয় পাব তাত। অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিম । নতুন অসম গঢ়িম ।   হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ বড়ো, কোচ, […]