এতিয়া হিয়া মোৰ বৰষে তোমালৈ (Etiya Hiya Mor) Lyrics
এতিয়া হিয়া মোৰ বৰষে তোমালৈ এতিয়া বুকু মোৰ উলাহে নধৰে ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা? চকুতে চকু থৈ বোৱালা কামনা… এতিয়া হিয়া মোৰ বৰষে তোমালৈ এতিয়া বুকু মোৰ উলাহে নধৰে… বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু মিচিকিয়া হাঁহিৰে যেন […]
তুমি চোৱা যেতিয়া দুচকু তুলি (Tumi Suwa Jetiya Dusoku Tuli) Lyrics
তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিত ধৌ খেলে ৰ’দ দাৰি হাহিত মিচিকনি সোনাৰুৰ পাহি সজল সজল চাৱনিত ত’ৰাৰে জিলিকনি সেন্দুৰিয়া ওঠতে ক’থাৰে নিচুকনি বুকুৰ মাজত দেখো জাগে সপোন চকুৰ […]
কাৰ পৰশ (Kar Porokh) Lyrics
কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা-মিঠা এশাৰী মাত জীয়াই থাকিবলে লাগে আমাক কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা-মিঠা এশাৰী মাত জীয়াই থাকিবলে লাগে আমাক হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাঁহ কামিহাঁড় ভাঙি যোৱা বতাহ লাগে জানো আমাক জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি । ঠুনুকা এই […]
মোৰ মন দুচকুত (Mur Mon | Roi Roi Binale) Lyrics
মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মোৰ বুকুত লিখে একেই আখৰে মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে মোৰ ডেউকাৰ ক’লা ৰং শুভ্র হ’ব খোজে মোৰ […]
জোনাক গলা জাৰৰ নিশা (Jonak Gola Jaror Nisha) Lyrics
জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলিত গণি গণি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী ? সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলিত … গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে কতনো বিচাৰিবি কৰুণাৰ হাত কতনো বিচাৰিবি কৰুণাৰ […]
ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে (Rati Rati) Lyrics
ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালেই লৰ মাৰে নাজানো ক’ত তুমি থাকা নাজানা মই ক’ত থাকো জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত ৰাতি ৰাতি… নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ ৰাতি জোনাক পথত খোজে খোজে […]
শান্তি দিয়া, মুক্তি দিয়া (Xanti Dia Mukti Diya) Lyrics
শান্তি দিয়া, মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ সেউজ দিয়া , শস্য দিয়া চিৰকাল ফুলিবলে গুলী বাৰুদ, ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কন্দোৱাই ঘৰে ঘৰে মৰম নচোৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া ……….. সচাঁ হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুন মৰমেৰে পথাৰ বৰ বিশাল সজাগ হোৱাৰ মন চিৰ নতুন সজাগ হোৱাৰ […]
মনলৈ উভতি আহে (Monole Ubhoti Ahe) Lyrics
মনলে উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ’…অ’…অ’… মনলে উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ’…অ’…অ’… তোকে লৈ দেখো মই মোৰে বুকুৰে এটি এটি সপোন আৱেগে ওপচে ভাৱিলে তয়েতো মোৰ আশাৰে জোন ময়ো […]
উভটি চোঁৱা ধুলিয়ৰি বাটে (Ubhoti Suwa) Lyrics
উভটি চোঁৱা ধুলিয়ৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী উজুটি খোৱা উচুপনিবোৰে ছবি হৈ হৈ ক’বহি কাহিনী সময়ৰে সুঁতি সোঁততে সুহুৰি সুৰুঙাৰে সৰকি সুঁৱৰি উভটি চোঁৱা ধুলিয়ৰি বাটে ধুলি হৈ হৈ উৰিব জীৱনী অচিন আকাশৰ সিটো পাৰে পলকেও ঠিকনা সলালে মলিন ছবিৰে ৰংবোৰে কিনো ৰং কতেনো সানিলে আধামৰা জোনে উচুপি কান্দে এন্ধাৰৰ এলাগী বাটতে সমুখৰে […]
এন্ধাৰ হ’ব নোৱাৰোঁ (Andhar Hobo) Lyrics
এন্ধাৰ হ’ব নোৱাৰোঁ মচি দিব নোৱৱাৰোঁ পাখি মেলা অতীতক কিহৰে পাহৰোঁ । এন্ধাৰ হ’ব নোৱাৰোঁ…। পোহৰ বুলি জিয়ালোঁ মনে মনে প্ৰাণতে হাতেৰে ঢুকি নোপোৱাৰ জোনৰে ছবি পাখি মেলি সপোনে আগচিলে’ জীৱনক কোনোবা দৰদী আকাশৰ নীলিমাতে সেই মন আজি যেন অসমীত লীন হোৱা তৃষা কিদৰে পাহৰোঁ মই এন্ধাৰ হ’ব নোৱাৰোঁ…. সাগৰ নীলা দুচকুত কি ৰং আনে […]